জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
১৫৬৮ খ্ৰীষ্টাব্দত। গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ স্থান হ’ল কোচ বেহাৰ ৰাজ্যৰ মধুপুৰ থান বা মধুপুৰ সত্ৰত। জীৱনকাল হ’ল ১১৯ বছৰ ১১মাহ।
সদৌ শেষত বিশ্ব-শান্তি আৰু প্ৰগতিৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰিছো। বিশ্ববাসী বিজ্ঞানসন্মতভাৱে ঈশ্বৰমূখী হওক আৰু এই লক্ষ্যত উপনীত হ’বলৈ ঈশ্বৰৰ আশীৰ্বাদ আৰু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপা দৃষ্টি বিশ্ববাসীয়ে লাভ কৰক। বিশ্ববাসীলৈ সেৱাৰে –
ডাঃ পৰাগ ভূঞা (গ্ৰন্থকাৰ) ভেটেৰিনেৰী অফিচাৰ অৰুণাচল প্ৰদেশ
