জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


অৱদানক গ্ৰন্থকাৰে বিষয়বস্তু অনুসৰি বিভিন্ন শিতানত বিভক্ত কৰি উপস্থাপন কৰিছে । গ্ৰন্থকাৰে গুৰুজনাৰ অমৃত সিদ্ধান্ত সমূহ হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদৰ জৰিয়তে শ্ৰীমন্ত শঙ্কৰদেৱক সমগ্ৰ বিশ্বৰ লগত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত প্ৰশংসনীয় অৱদান আগবঢ়ালে । গ্ৰন্থখনি এনেভাৱে অনুৱাদ আৰু সম্পাদনা কৰাত গ্ৰন্থকাৰৰ যথেষ্ট কায়িক, মানসিক পৰিশ্ৰম হোৱা যেন অনুভৱ হৈছে । পাঠকসকল উপকৃত হলে গ্ৰস্থকাৰৰ পৰিশ্ৰম সাৰ্থক হ’ব । সদৌ শেষত ডাঃ ভূঞাদেৱৰ গুৰুধৰ্মৰ প্ৰতি থকা ঐকান্তিক শ্ৰদ্ধা ভক্তিৰ প্ৰতি সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

ইতি
সেৱাৰে
শ্ৰীহৰি প্ৰসাদ হাজৰিকা
প্ৰধান সম্পাদক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
মূল কাৰ্য্যালয় – নগাওঁ টাউন,কলংপাৰ, হলধৰ ভূঞা পথ
37 নং ৰাষ্ট্ৰীয় পথৰ দাতিত, জিলা – নগাওঁ
ৰাজ্য – অসম (ভাৰত)