জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
তপ জল তীৰ্থে হেন নকৰে পৱিত্ৰ ।
যে শুদ্ধি হোৱে শুনি তোমাৰ চৰিত্ৰ ।। (3)
……………………………………………….
এতেকে পশিলো সৱে তোমাত শৰণে ।
অগতিৰ গতি প্ৰভূ কৰিয়ো চৰণে ।। (78)
তোমাৰেসে কিঙ্কৰ যতেক জীৱ আমি ।
জগতকে প্ৰৱৰ্ত্তাৱা তুমি অন্তৰ্য্যামী ।। (79)
(শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ্ভাগৱতঃ একাদশ স্কন্ধ, উদ্ধৱ সংৱাদ, দেৱতা সকলৰ দ্বাৰকাগমন আৰু শ্ৰীকৃষ্ণত শৰণ)
